Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩তম জন্মদিন।
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ তম জন্মদিন।সকলোৱে শুভকামনা যাচিছে সকলোৰে মৰমৰ নেতা গৰাকীক।প্ৰায় সকলো ঠাইতে তেখেতৰ জন্মদিন উলহ মালহেৰে পালন কৰা হৈছে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সকলোৰে মাজত মামা হিচাপে জনাজাত।তেওঁক সকলোৱে মৰমতে মামা বুলি মাতে।মামাক জন্মদিনৰ শুভেচ্ছা জনাবৰ বাবে মাজুলীৰ পৰা আহিছে ৪৭টাকৈ কণ কণ ভাগিন।বলিউডৰ বহু তাৰকাই টুইট যোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।