আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন।এই বিহু সন্মিলনখনে এইবাৰ একাদশ বৰ্ষত ভৰি দিলে।আজিৰে পৰা…
আজি লক্ষ্মীপূজা।
আজি লক্ষ্মীপূজা।শ্ৰীলক্ষ্মী সুখ আৰু শান্তি আৰু সমৃদ্ধিৰ দেৱী। শ্ৰী বিষ্ণুৰ পত্নী। তেওঁক সন্তুষ্ট কৰিবলৈ পূৰ্ণিমা তিথিত তেওঁক পূজা কৰা হয়। লক্ষ্মী পূজা সমগ্ৰ দেশজুৰি পালন কৰা হয় আৰু অসমতো ৰাজহুৱাভাৱে পূজা কৰাৰ লগতে বহুতো লোকে ঘৰতো এই পূজা কৰে। কোনো কোনো ঠাইত মা লক্ষ্মীৰ মূৰ্তি আনি পূজা কৰা হয় আৰু কোনো কোনো ঠাইত ঘট পূজা কৰা হয়।