Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
আজি শিল্পী দিৱস
আজি শিল্পী দিৱস।ৰাজ্যজুৰি সোঁৱৰণ কৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক। গুৱাহাটীৰ বিভিন্ন প্ৰান্ত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ।গীতে-মাতে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ত জন্ম হৈছিল।১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যু হৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। অসমীয়া বোলছবিৰ নিৰ্মাতা, গীতিকাৰ, নাট্যকাৰ, লেখক ৰূপকোঁৱৰক সশ্ৰদ্ধ প্ৰণাম।