skip to Main Content

এজাহাৰৰ নামত ধন সংগ্ৰহ কৰাৰ লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰাজ্যজুৰি এজাহাৰৰ নামত ধন সংগ্ৰহ কৰা লোকৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। বৰ্তমান ২১০টা দালালক আটক কৰিছে আৰক্ষীয়ে। কামৰূপৰ পৰা সৰ্বাধিক ৩৭টা, গোৱালপাৰাৰ পৰা ১৩টা, কাছাৰ আৰু কৰিমগঞ্জত ১০টা, গোলাঘাটত ৯টা, যোৰহাটত ৯ টা আৰু দৰঙত ৯টা দালালক আটক কৰে আৰক্ষীয়ে।

Back To Top