A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
আজি শিশু দিৱস।
আজি শিশু দিৱস।পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো সমগ্ৰ দেশে শিশু দিৱস ৰূপে উদযাপন কৰিছে। এই উপলক্ষে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী শিশুসকলৰ মাজত অনুষ্ঠিত হৈছে। দিল্লীতো নেহৰুৰ শান্তিবনত থকা সমাধিক্ষেত্ৰলৈ গৈ পুৱাই তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে প্ৰধানমন্ত্ৰীয়েও টুইটাৰযোগে দেশৰ শিশুসকলক শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে।