On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
আজি হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন
আজি হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন। আজি ৫০ বছৰত ভৰি দিলে জুবিন গাৰ্গে। তেখেতৰ জন্মদিন উপলক্ষে ঠায়ে ঠায়ে অনুৰাগীয়ে উদযাপন কৰিছে জন্মদিন। জুবিন গাৰ্গ ৰ জন্মদিন উপলক্ষে তেখেতৰ বাসগৃহত যথেষ্ট সংখ্যক অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু নিশাৰ ভাগৰ পৰাই জুবিন গাৰ্গৰ বাসগৃহত অনুৰাগী আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। বহু ঠাইৰপৰা তেখেতক লগ পাবলৈ অনুৰাগী আহি ভিৰ কৰিছে তেখেতৰ বাসগৃহত।