skip to Main Content

মাতৃত্ব অর্জন কৰিলে প্ৰিয়ংকা চোপ্ৰাই

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ ৰ ঘৰলৈ আহিল সন্তান। প্ৰিয়ংকাই কালি নিশা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰে পিতৃ-মাতৃ হোৱাৰ খবৰ। বিবাহৰ ৩ বছৰ পিছত তেওঁলোকৰ ঘৰত জন্মিল সন্তান। প্ৰিয়ংকাই এগৰাকী মাতৃ হ'বলৈ পাই যথেষ্ট সুখী বুলি জনায় অনুৰাগীকক। খবৰ অনুসৰি,…

Read More

কথক সম্ৰাটৰ পণ্ডিত বিৰজু মহাৰাজ আৰু নাই

কথক সম্ৰাটৰ পণ্ডিত বিৰজু মহাৰাজ আৰু নাই। নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিৰজু মহাৰাজৰ। ৮৩ বছৰ বয়সত মৃত্যু হয় বিৰজু মহাৰাজৰ। কথক সম্ৰাট গৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছত কথক প্ৰেমী আৰু বলীউডত এতিয়া শোকৰ ছাঁ পৰিছে। মাধুৰী দীক্ষিতৰ…

Read More

ক’ৰণাত আক্ৰান্ত চলচিত্ৰ তথা বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ।

দ্বিতীয় বাৰৰ বাবে ক'ৰণাত আক্ৰান্ত হ'ল চলচিত্ৰ তথা বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ।ফেচবুক যোগে এই কথা জনায় সীমান্ত শেখৰে।সকলোকে ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান সীমান্ত শেখৰৰ।

Read More

কপিল শৰ্মাৰ জীৱনৰ আধাৰত অচিৰেই নিৰ্মাণ হ’ব বায়োপিক

দেশৰ সৰ্বাধিক জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ জীৱনৰ আধাৰত অচিৰেই নিৰ্মাণ হ'ব এখন ছবি। কৌতুক অভিনেতা কপিল শৰ্মাৰ জীৱনৰ নিৰ্মাণ হ'বলগীয়া বায়োপিকত কাম আগবাঢ়িছে। প্ৰযোজক মহাবীৰ জৈনে শুকুৰবাৰে লাইকা প্ৰডাকচনৰ অধীনত কপিল শৰ্মাৰ জীৱনৰ ওপৰত এখন মনোৰম চলচ্চিত্ৰ নিৰ্মাণৰ কথা উল্লেখ…

Read More

ITA Machkhuaত অনুষ্ঠিত হয় Mr And Miss IDEAL Face Of Guwahati

এক সুন্দৰ পৰিৱেশত ITA Machkhuaত অনুষ্ঠিত হয় Mr And Miss IDEAL Face Of Guwahati।সম্পূৰ্ণ অনুষ্ঠানটো Organished কৰে Team Morning Star।অনুষ্ঠানটোৰ আঁত ধৰে জয়দ্বীপ ৰূপ চৌধুৰীয়ে। Mr IDEAL Face Of Guwahati সন্মান লাভ কৰে অমিত সিং আৰু Miss IDEAL Face Of…

Read More

বছৰৰ আৰম্ভনিতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অভিনেতা আদিল হুছেইনে।

অভিনেতা আদিল হুছেইনে ফৰ্বছ এ ২০২১ বৰ্ষৰ বাবে হিন্দী চিনেমা উদ্যোগৰ ৮টা অসামাণ্য প্ৰদৰ্শনৰ অসাধাৰণ অভিনেতাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।আদিল হুছেইনে চিনেমা "বেল বটম''ত কৰা অনবদ্য অভিনয়ৰ বাবে তালিকাত স্থান পাবলৈ সক্ষম হৈছে।আদিল হুছেইনে "বেল বটম''ত ভাৰতীয়…

Read More

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন  গাৰ্গ দুখনকৈ ছবি

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন  গাৰ্গ দুখনকৈ ছবি। বছৰটোৰ মাজভাগত ছবিগৃহলৈ আহিব ৰাজনীতি। ৰাজনীতিত জুবিন গাৰ্গৰ লগতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া, বিশিষ্ট অভিনেতা তপন দাস, মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে।সেইদৰে বছৰৰ শেষৰ ফালে ছবিগৃহলৈ আহিব জুবিন গাৰ্গ অভিনীত বহু…

Read More

নৱবর্ষক আদৰিবলৈ সমগ্ৰ বিশ্বত চলিছে মহা আয়োজন।

নতুন বছৰক আদৰাৰ নামত বিশ্বজুৰি উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। নতুন বছৰৰ আগনিশা থার্টী ফার্ষ্ট উদযাপনৰ আনন্দই সুকীয়া। সেয়ে আজি নিশা কোৰোণা কাৰ্ফিউ ও প্ৰত্যাহাৰ কৰিছে চৰকাৰে।গুৱাহাটী মহানগৰীতো থার্টী ফার্ষ্ট ডিচেম্বৰ উদযাপনৰ চলিছে ব্যাপক প্রস্তুতি ৷

Read More

উখল মাখল বনভোজস্থলী

ডিচেম্বৰ মাহ মানেই বনভোজৰ বতৰ।তাতে আজি বছৰৰ অন্তিমটো দেওবাৰ।গীতে-মাতে জীপাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত।হাঁহে-মাহে এসাঁজ খাবলৈ আহিছে বনভোজপ্ৰেমী।হাতীশীলাত দেখা গ'ল বনভোজপ্ৰেমী ভিৰ।

Read More

বিমল ইলাচি বিজ্ঞাপন কৰিব পাৰিব অজয় দেৱগণে। বিমল কোম্পানী বিৰোধে পঠোৱা নটিছ নাকচ দিল্লী ন্যায়ালয়ৰ।

২০১৮ চনত শ্বাস্থ্য সেৱা মহনিৰ্দেশালয় বিভাগে বিমল ইলাচি বিক্ৰী কৰা কোম্পানীক নটিছ পঠাইছিল যে কোম্পানীয়ে COTP অধিনিয়ম উলংঘা কৰি বাতৰকাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে লগতে অধিনিয়ম উলংঘা কৰা বাবে অজয় দেৱগণকো মেইল যোগে নটিছ পঠাইছিল। কিন্তু কোম্পানীয়ে জানিব দিয়ে যে বিমল…

Read More
Back To Top