
ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষীৰ চাউনীত কেন্দ্ৰীয় ভাবে উদযাপন কৰে অসম আৰক্ষী দিৱস।এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি অসম আৰক্ষীয়ে নগাঁৱ আৰক্ষী হাস্পতালত অনুষ্ঠিত কৰে এক ৰক্তদান শিবিৰ।