Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
কোনে বাৰু ভাল নাপায় ‘মেকাপ’!
মেকাপ অবিহনে যেন আধৰুৱা আমাৰ জীৱন। বৰ্তমান যুগত মেকাপ সকলোৰে প্রিয়। কোনোৱে হয়তো কেতিয়াবা কব পাৰে যে মই মেকাপ নকৰো বা ভাল নাপাওঁ বুলি কিন্তু তেওঁৰো হয়তো মন নোযোৱাকৈ নাথাকিব, তেওঁৰো হয়তো কেতিয়াবা মন যাব মেকাপ কৰিবলৈ। কাৰণ নিজকে ধুনীয়া বা ভাল দেখাটো সকলোৱে বিচাৰে। সেয়ে বৰ্তমান সময়ত মেকাপ হৈ পৰিছে খুবেই প্ৰয়োজনীয়। আফ্ৰিন নাৰ্জী যাৰ পৰিচয়েই হৈছে মেকাপেৰে। তেওঁ মেকাপ কৰাৰ পৰা লৈ মেকাপ প্ৰকশিক্ষকো। তেওঁৰ আছে নিজা এক মেকাপ ষ্টুডিঅ। বহু যুৱতীয়ে তেওঁৰ ওচৰত প্ৰশিক্ষণ লৈ বৰ্তমান সময়ত মেকাপৰ জৰিয়তে হৈ পৰিছে স্বাৱলম্বী।