A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
আমেৰিকালৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
তিনিদিনীয়া সূচীৰে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যাব আমেৰিকালৈ।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে।ৰাষ্ট্ৰসংঘৰ ৭৬ সংখ্যক অধিৱেশনত ভাষণ দিব প্রধানমন্ত্ৰীগৰাকীয়ে।মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতেও আলোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে।হোৱাইট হাউছত অনুষ্ঠিত হ’ব মোডী আৰু বাইডেনৰ দ্বিপাক্ষিক বৈঠক।