The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
আৰক্ষীয়ে জৰিমনা বিচৰাৰ বাবেই মহানগৰীৰ এজন যুৱকৰ আত্মহত্যা
মহানগৰীৰ এজন যুৱকৰ আত্মহত্যাৰ ঘটনা।আৰক্ষীয়ে জৰিমনা বিচৰাৰ বাবেই আত্মহত্যা।যুৱকজন ধীৰেণপাৰা জ্যোতি পথৰ নুৰ আলী ওৰফে মৃদুল আলী বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, ভৰলু আৰক্ষীয়ে যুৱকজনৰ পৰা এহাজাৰ টকা জৰিমনা বিচাৰিছিল। কিন্তু যুৱকজনে ৫০০ টকা দিছিল যদিও এহাজাৰ টকা দিবলৈ হেঁচা প্রয়োগ কৰাৰ অভিযোগ।অৱশেষত ঘৰলৈ আহি আত্মহত্যাৰ পথ বাচি ল’লে যুৱকজনে।যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মৃত ঘোষণা কৰে চিকিৎসকে।