The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ খনন।এই মন্তব্য কেন্দ্ৰীয় জাহাজ,জল পৰিবহন তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
ব্ৰহ্মপুত্ৰৰ খননৰ জৰিয়তে গভীৰতা বৃদ্ধি কৰি শদিয়াৰ পৰা ধুবুৰীলৈ জাহাজ পৰিবহন ব্যৱস্থাটো অধিক সুচল কৰাৰ আঁচনিও গ্ৰহণ কৰে সৰ্বানন্দ চৰকাৰে।বৰাকত ১৬টা,ধনশিৰিত ৩১টা,কপিলিত ৫৭টাৰ লগতে ১৬টাত কৈ অধিক নতুন ৰাষ্ট্ৰীয় জলপথৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।জল পৰিবহন আৰু জাহাজ মন্ত্ৰালয়ৰ জৰিয়তে অসমৰ জল পৰিবহন ব্যৱস্থা সুচল কৰাৰ লগতে আয়ুস মন্ত্ৰালয়ৰ জৰিয়তে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে সৰ্বানন্দ সোনোৱালে।