Skip to content

উবেৰ এপত অসম পৰিবহণ বিভাগে গ্ৰাহকলৈ আগবঢ়াইছে এক বিশেষ সুবিধা


ভ্ৰমণ কৰিবলৈ আপুনি উবেৰ এপ ব্যৱহাৰ কৰে নেকি? যদি কৰে আপোনালৈ আছে এটা ভাল খবৰ। অসম পৰিবহণ বিভাগে (DTO) উবেৰ এপত গ্ৰাহকৰ সুবিধাৰ্থে সংযোজন কৰিছে এই নম্বৰ ৯৫৩১১০৭৪৮২। এটিয়াৰ পৰা উবেৰত ভ্ৰমণৰ সময়ত যিকোনো সমস্যাৰ সন্মুখীন হলে আপুনি সহায় লব পাৰিব অসম পৰিবহণ বিভাগৰ।

Back To Top