Skip to content

এটা ফোনকলতেই সমাধান কৰিব পাৰিব আপোনাৰ মাটি-বাৰীৰ সমস্যা।


ৰাজ্যবাসীৰ বাবে ভাল খবৰ।এটা ফোনকলতেই সমাধান কৰিব পাৰিব আপোনাৰ মাটি-বাৰীৰ সমস্যা।মাটি-বাৰীৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ।নম্বৰটো হৈছে-18003452666।

Back To Top