The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
এতিয়াৰে পৰা চাকৰিৰ বাবে দিব নালাগে বেলেগ বেলেগ পৰীক্ষা!
২৩, ডিচেম্বৰ ২০২১ তাৰিখে সদনত গৃহীত হ’ল ‘‘The Assam Direct Recruitment Commissions for Analogous Posts in Class-III and Class-IV Bill, 2021’’। এতিয়াৰ পৰা বেলেগ বেলেগ বিভাগৰ কাৰণে বেলেগ বেলেগ পৰীক্ষা দিব নালাগে। APSC আৰু UPSCৰ দৰে এখন ব’ৰ্ডে অনুষ্ঠিত কৰিব সকলো পৰীক্ষা। কোনো ব্যক্তিগত সংস্থাক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া নহয়। কোন বিভাগত চাকৰি বিচাৰে সেই সম্পৰ্কত পৰীক্ষাৰ্থীৰ বাবে থাকিব চৰ্ত। ১ লাখ নিযুক্তি এই নতুন প্ৰক্ৰিয়াৰ জৰিয়তে হ’ব। ১০ মে’ৰ আগতে ৫০ হাজাৰ নিযুক্তি এই প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ’ব।