Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
কংগ্ৰেছী নেতা সকল এতিয়া কবি
ভূপেন বৰাৰ পাছত ভৱানী কলিতাৰ কবিতা ।কবিতাটো হাজৰিকাৰ ওপৰত লিখা হৈছে।কবিতাটো পঢ়ি চাওঁক
মই হ’লো হাজৰিকা
এৰা গেৰা নহও মই
ঠেং ভাঙি দিও আৰু
পানীৰে জুই জ্বলাও
বহু ওপৰৰ মাল
মই হাজৰিকা
দেউতা আছিল কংগ্ৰেছী
মইও আছিলো কংগ্ৰেছী
কংগ্ৰেছত থাকি
বিধায়ক হৈ
বহু সম্পত্তি গঢ়িলো
ছিন্ডিকেট শব্দটো শুনিলেই
বুকু কঁপি উঠে
ছিন্ডিকেট শব্দৰ লগত
যে মোৰো নামটো আহে
অহংকাৰী হৈ
ফাঁচী বজাৰত মই
ব্যবসায়ীক
ধমক দিও
ব্যবসায়ীৰ পৰা পোৱা
ওলোটা ধমকত
ক্ষমা ভিক্ষা মই মাগো
বহু ওপৰৰ মাল হিচাপে
বৰাৰ লগত লাগো
বৰাৰ কবিতা শুনি মই
থৰহৰি কঁপো
মই হ’লো বহু ওপৰৰ হাজৰিকা