Skip to content

ক’ভিড টেষ্টক লৈ নতুন নিৰ্দেশনা।পাঁচ দিনৰ পিছতে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব ক’ভিড আক্ৰান্ত ৰোগীক।


ক’ভিড টেষ্টক লৈ নতুন নিৰ্দেশনা ৰাজ্য চৰকাৰৰ।পাঁচ দিন চিকিৎসালয়ত থকাৰ পিছতে যাবলৈ দিয়া হ’ব ক’ভিড আক্ৰান্ত ৰোগীক।ঘৰত দুদিন হোম আইচ’লেচনত থাকিব লাগিব ৰোগীজন।চিকিৎসালয়ৰ পৰা যোৱাৰ সময়ত ক’ভিড টেষ্ট বাধ্যতামূলক নহয়।৭দিনৰ পিছত ৰোগীজন ক’ভিড মুক্ত বুলি ধৰি লোৱা হ’ব।

Back To Top