In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
কাইলৈ হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন
কাইলৈ হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন। জন্মদিন উপলক্ষে আগতীয়াকৈ আয়ুৰচন্দ্ৰ হস্পিতালৰ বিশেষ পদক্ষেপ। আগতীয়াকৈ উদযাপন কৰিছে জুবিন গাৰ্গৰ জন্মদিন। শিল্পী গৰাকীক লগত লৈ বৃদ্ধশ্ৰমৰ আইতা সকলক বিনামূলীয়লকৈ স্বাস্থ্য পৰীক্ষা প্ৰদান কৰা হৈছে। ৰোগী আৰু স্বাস্থ্য কৰ্মীৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰিছে জুবিন গাৰ্গে।