A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
কাইলৈ ৭৩ সংখ্যক গণৰাজ্য দিৱস
কাইলৈ দেশে উদযাপন কৰিব ৭৩ সংখ্যক গণৰাজ্য দিৱস।ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি,কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।লগতে খানাপাৰাৰটো আয়োজন কৰা হ’ব গণৰাজ্য দিৱস।সাজু কৰি তোলা হৈছে খানাপাৰাৰ।পেৰেডৰ চূড়ান্ত আখৰা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ।এইবাৰ পেৰেডত নাথাকে NCCকে ধৰি ছাত্ৰ-ছাত্ৰী।কোভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনা।