Skip to content

কাজিৰঙাত উদ্ধাৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী উত্তম খাকলাৰীৰ মৃতদেহ।


কাৰ্তিকা বন শিবিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ কৰা হয় চোৰাং চিকাৰীটোৰ মৃতদেহ।সোমবাৰে আটক কৰা হৈছিল দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোক।কিন্তু আৰক্ষী আৰু বন কৰ্মীক গতিয়াই হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ন কৰিছিল দুৰ্ধৰ্ষ চোৰাং চিকাৰী উত্তম খাকলাৰীয়ে।

Back To Top