Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
কাজিৰঙাত ৪ টা গঁড়, ১৭ টা পহুৰ মৃত্যু
কাজিৰঙাৰ প্ৰায় ৮০ শতাংশ অঞ্চল জলমগ্ন । বহু কেইটা বন্য প্ৰাণীৰ মৃত্যু।ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪ টাকৈ গঁড়ৰ মৃত্যু হৈছে।ইয়াৰ ভিতৰত ২ টা গঁড় পানীত ডুবি আৰু আন ২টা গঁড় স্বাভাৱিক কাৰণত মত্যু হৈছে।বন বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ বানত মৃত্যু হোৱা বন্যজন্তুৰ সংখ্যা ২৬টা।ইয়াৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে পহু।চলিত বৰ্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰখনত ১৭ টা পহুৰ মৃত্যু হৈছে।