Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
কামৰূপ(মঃ) জিলা উপায়ুক্তৰ সংবাদমেল
২০২২ৰ জানুৱাৰীত প্ৰকাশ পাব কামৰূপ (মঃ)ৰ ভোটাৰ তালিকাৰ খচৰা।কামৰূপ (মঃ) জিলাত মুঠ ভোটাৰ ১১,৫২,৩১৭জন।তাৰে পুৰুষ ভোটাৰ ৫,৬৯,৪৩৭ জন আৰু মহিলা ভোটাৰ ৫,৮৩,০০৬ গৰাকী।১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত দিব পাৰিব ওজৰ-আপত্তি।এই সময়ছোৱাত আবেদন কৰিব পাৰিব নতুন ভোটাৰে।
দিছপুৰ সমষ্টিত সৰ্বাধিক ৪,১১,২৪৪জন ভোটাৰ।সংবাদমেল যোগে জনালে কামৰূপ(মঃ) জিলা উপায়ুক্তই।দীপাৱলীৰ ক্ষেত্ৰত গুৱাহাটীত পূৰ্বৰ বিধি অব্যাহত থাকিব।