The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
কাহিলীপাৰাত ডকাইটি।
কাহিলীপাৰাত দিন ডকাইটি।১০লাখ লৈ দিন দুপৰতে উধাও হৈছে দুটাকৈ ডকাইট।এগৰাকী মহিলা আৰক্ষী বিষয়াই বেংকৰ পৰা আনিছিল এই ১০লাখ টকা।মটৰ চাইকেলত আহিছিল দুজনীয়া দুৰ্বৃত্তৰ দলটো।পেট্ৰল পাম্পত তেল ভৰোৱাৰ চলেৰে ৰৈ আছিল লোক দুজন।মহিলাগৰাকীও তেল ভৰাবলৈ সোমাইছিল ডিপোটোত।আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।