Skip to content

কাৰ্বি-আংলঙত হেৰই’ন জব্দ

কাৰ্বি-আংলঙত জব্দ পাঁচ কোটি টকাৰ হেৰই’ন। চিলনীজানত কাৰ্বি আংলং আৰক্ষীৰ অভিযানত জব্দ হয় হেৰই’নখিনি। চাবোনৰ বাকচত লুকুৱাই আনিছিল হেৰই’নখিনি। মণিপুৰৰ বিকাশ থাপা আৰু অমন দুলশালসহ ৪ জনক গ্ৰেপ্তাৰ।

Back To Top