skip to Main Content

কাৰাগাৰত কয়দীৰ দেহত HIV

কাৰাগাৰত ৮৫ কয়দীৰ দেহত HIV। নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ লগতে বিশেষ কাৰাগাৰতো চিনাক্ত ৮৫ HIV পজিটিভ। ৪৫ জন বিশেষ কাৰাগাৰৰ আৰু বাকী ৪০ জন লোক কেন্দ্ৰীয় কাৰাগাৰৰ। নগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড°এল চি নাথে প্ৰকাশ কৰে এই তথ্য। আটাইকেইজন HIV পজিটিভ লোক ড্ৰাগছ আসক্ত বুলিও সন্দেহ।

Back To Top