Prime Minister Narendra Modi addressed the nation from Red Fort on the occasion of the…
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বিধানসভা নিৰ্বাচনৰ আগতে পাব পাৰে বিশেষ উপহাৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা। জানিব পৰা অনুসৰি মোডী চৰকাৰেও ফিটমেণ্ট কাৰক বৃদ্ধি কৰাৰ কথা বিবেচনা কৰিছে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা ১৮ হাজাৰ টকাৰ পৰিৱৰ্তে ২৬ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে।