Skip to content

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুজৰাটৰ আহমেদাবাদৰ সবৰমতী আশ্ৰম পৰিদৰ্শন


শুকুৰবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুজৰাটৰ আহমেদাবাদৰ সবৰমতী আশ্ৰম পৰিদৰ্শন কৰে। লগতে গুজৰাটৰ বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Back To Top