A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত ভাৰত চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অমিক্ৰণক লৈ অনুষ্ঠিত কৰে এখন বৈঠক। বৈঠকত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে আমি ‘প্ৰ’এক্টিভ’ হৈ থকা আৱশ্যক। লগতে সম্ভাৱিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি মোদীয়ে বিষয়াবৰ্গক আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত নিষেধাজ্ঞাক লৈ সমীক্ষা কৰিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে জনতাক অধিক সতৰ্ক হ’বলৈ, মাস্ক পৰিধান কৰিবলৈ আৰু দূৰত্ব বজাই ৰখাকে ধৰি সকলো নিয়ম পালন কৰিবলৈ আহ্বান জনায়।