skip to Main Content

খানাপাৰাৰ ষ্টাফ কলেজত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ সংবাদ মেল

  • Assam


খানাপাৰাৰ ষ্টাফ কলেজত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ সংবাদ মেল। নতুন শিক্ষা নীতিক লৈ অনুষ্ঠিত হ’ব বিশেষ শৈক্ষিক সন্মিলন। অহা ২০-২১ নৱেম্বৰত অনুষ্ঠিত হব উত্তৰ পূব শৈক্ষিক সন্মিলন। সন্মিলনত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ এডুকেশ্যন আৰু ৰিচার্জ ফাউণ্ডেশ্যন ৰ উদ্যোগত এই সন্মিলন। ৰাজ্যৰ লগতে দেশৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ, উত্তৰ পূৱৰ শিক্ষামন্ত্ৰীসকল , উপাচাৰ্য , অধ্যক্ষ, প্ৰধান শিক্ষক , শিক্ষক, পৰিচালনা সমিতিৰ বিষয় ববীয়া সকল দুদিনীয়া এই সন্মিলনত উপস্থিত থাকিব। সকলোৰে লগত পৃথক পৃথক ভাবে আলোচনা হব শিক্ষা নীতিৰ ওপৰত। GMCH Auditorioum ত অনুষ্ঠিত হব এই সন্মিলন।

Back To Top