Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
গাঁওৰক্ষী বাহিনীৰ ৭৩ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস
দেৰগাঁৱত আয়োজন কৰা হয় সদৌ অসম গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱসৰ ৰাজ্যিক অধিৱেশনত উপস্থিত থাকে মুখ্যমন্ত্ৰী।গাঁওৰক্ষী বাহিনীক জীৱন্ত, প্ৰাণৱন্ত সংগঠনলৈ ৰূপান্তৰ কৰিব লাগিব।ডাইনী হত্যা বন্ধ কৰাতো নিশ্চিত কৰিবলৈ আৰু জনতাৰ প্ৰতি সংবেদনশীল হ’বলৈ আৰক্ষীলৈকো আহ্বান মুখ্যমন্ত্ৰীৰ।দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত দুদিনীয়াকৈ এই অধিৱেশন।সমগ্ৰ অসমৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিনিধিৰ অংশগ্ৰহণ কৰে।