Skip to content

গুৱাহাটীত নিশা ভয়ংকৰ জুই


মহানগৰীৰ বামুণীমৈদামত নিশা ভয়ংকৰ জুই। গণেশ নগৰৰ কেইবাটাও বাসগৃহ জুইত গ’ল জাহ। ৰজনী শৰ্মা নামৰ এজন লোকৰ ভাড়াঘৰত জুইৰ সূত্ৰপাত হয়। লোকজনৰ লগতে পৰিয়াল ঘৰৰ লোকে চাদত নিশা জুই ফুৱাই আছিল।জুই নুমুওৱাবলৈ পাহৰি শুই আছিল ৰজনী শৰ্মাৰ পৰিয়াল।

Back To Top