Skip to content

গুৱাহাটীত পুনৰ হত্যাকাণ্ড।


গুৱাহাটীত পুনৰ হত্যাকাণ্ড।মালিগাঁৱৰ বিপুল কমপ্লেক্সত সংঘটিত হৈছে এই হত্যাকাণ্ড।কমপ্লেক্সটোত উদ্ধাৰ হৈছে চকীদাৰৰ মৃতদেহ।চকীদাৰজনৰ নাম তৰুণ ডেকা।মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এডাল কাঠৰ টুকুৰা।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।

Back To Top