Skip to content

গুৱাহাটীৰ দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ সফল প্ৰাৰ্থীৰ মাজত প্ৰমাণপত্ৰ আৰু নিযুক্তি পত্ৰ বিতৰণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰৰ

গুৱাহাটীৰ নাৰেংগীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইনৰ মুখ্য কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় দক্ষতা বিকাশৰ এক অনুষ্ঠান। এই অনুষ্ঠানতে দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ সফল প্ৰাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ আৰু নিযুক্তিপত্ৰ বিতৰণ কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

Back To Top