Skip to content

গুৱাহাটীৰ পাণ্ডুত চাঞ্চল্যকৰ ধন লুটৰ ঘটনা।

  • Assam


নিচাযুক্ত দ্ৰব্য খুৱাই এজন যুৱকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ধন। যুৱকজনক মাৰধৰ কৰি দুৰ্বৃত্তই কাঢ়ি নিলে চাইকেলো।সংকটজনক অৱস্থাত হাবিৰ মাজৰ পৰা আৰক্ষী আৰু স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰে।মুমূৰ্ষু অৱস্থাত যুৱকজনক আৰক্ষীয়ে ভৰ্তি কৰে চিকিত্সালয়ত।

Back To Top