Skip to content

গুৱাহাটীৰ ৰে’ল ষ্টেশ্যনত বাৰ্মিজ চুপাৰিৰ পাহাৰ

  • Assam


দেওবাৰে পল্টনবজাৰ ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি।আগৰতলাৰ পৰা অবৈধভাৱে অনা হৈছিল চুপাৰিখিনি।চুপাৰিখিনিৰ আনুমানিক বজাৰ মূল্য ১ কোটি টকাৰো অধিক।কাঞ্চনজঙ্ঘা নামৰ ৰে’ল খনৰ পৰা জব্দ কৰা হৈছে প্ৰায় ৬৭৯ টা চুপাৰি বেগ।

Back To Top