In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন তিনি আৰক্ষী।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন তিনি আৰক্ষী।
চিকিৎসাধীন আৰক্ষী তিনিগৰাকী অমৃত ৰায় চৌধুৰী, অপূৰ্ব ৰাহাং আৰু মুনীৰ আহমেদ।মুনীৰ আহমেদৰ স্বাস্থ্য সংকটমুক্ত নহয় যদিও চিন্তাৰ কাৰণ নাই।উচ্ছেদিত সাধাৰণ লোকৰ ভিতৰত ৮জন লোক চিকিৎসাধীন।এইসকলৰ ভিতৰত আছে এগৰাকী ১৩ বছৰীয়া কিশোৰো।এই মন্তব্য জি এম চি এইছৰ অধ্যক্ষৰ।