Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
গুৱাহাটী প্ৰেছ ক্লাৱত জনসংখ্যা সমাধান ফাউণ্ডেচন অসমৰ সংবাদমেল।
গুৱাহাটী প্ৰেছ ক্লাৱত আজি জনসংখ্যা সমাধান ফাউণ্ডেচন অসমে আয়োজন কৰে এক সংবাদমেল। সংবাদমেল সম্বোধন কৰে জেএছএফ অসমৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই। জনসংখ্যা বিস্ফোৰণকলৈ অসমৰ সকলো ৰাইজক সজাগ কৰিবৰ বাবে এই সংবাদমেল আয়োজন কৰা হয়। সংবাদমেলত উপস্থিত থাকে হৰেন্দ্ৰ বৰাৰ লগতে ৰত্না সিং ভৰদ্বৰাজ, অৰূপজ্যোতি শইকীয়া আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।