Skip to content

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সন্থা নিৰ্বাচনৰ ফলাফল ঘোষণা।


গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা (২০২১-২২)ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। ক্ষন্তেক সময় পূৰ্বে ঘোষণা কৰা ফলাফল অনুসৰি সভাপতি পদত হেমেন কলিতাই জয়লাভ কৰাৰ বিপৰীতে উপ-সভাপতি পদত নৱদ্বীপ বৰগোহাঁই জয়ী হয়। ইফালে সাধাৰণ সম্পাদক পদত বিকি শৰ্মা জয়ী হোৱাৰ বিপৰীতে সহঃ সম্পাদক পদত ৰশ্মি কলিতাই জয়লাভ কৰে।

Back To Top