The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
গুৱাহাটী মহানগৰীত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড
গুৱাহাটী মহানগৰীত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড।চৰকাৰে ক’ভিড ভেকচিন বাধ্যতামূলক কৰিছে যদিও বহুলোকে এতিয়াও নোলোৱাকৈ আছে ভেকচিন।যোৱা ২৪ ঘন্টাত ১,৯২৯ জন আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত।GMCHত বৰ্তমান চিকিৎসাধীন হৈ আছে ৩০০ক’ভিড আক্ৰান্ত,বৰ্তমান সৰুসজাইত চিকিৎসাধীন হৈ আছে ৬৭গৰাকী।GMCHৰ আইচিইউত বৰ্তমান চিকিৎসাধীন হৈ থকা ৩৫ জন ৰোগীৰ ৫গৰাকীয়ে ভেকচিন লোৱা নাই।