skip to Main Content

চছলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

আজি জাতীয় স্বহীদ প্ৰমোদ বড়োৰ ৮তম মৃত্যু দিৱস।সেই বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চছলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ওপৰিও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Back To Top