skip to Main Content

ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব ল’ব কেন্দ্ৰীয় চৰকাৰে:হিমন্ত বিশ্ব শৰ্মা,ৰে’লৱে মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়াৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ


ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব ল’ব কেন্দ্ৰীয় চৰকাৰে:হিমন্ত বিশ্ব শৰ্মা।ইউক্ৰেইনত ইটোৰ পিছত সিটোকৈ আক্ৰমণ ৰাছিয়াৰ। কৰিছে মিছাইল আক্ৰমণ। মৃত্যু ঘটিছে ১০০জনৰো অধিক লোকৰ।
ৰে’লৱে ৰ ৫৮ বিঘা মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়াৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে।

Back To Top