Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক।বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।
আজি জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক।বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ৰাজ্যৰ মথাউৰিৰ ওপৰত নিৰ্মাণ হ’ব পথ।মথাউৰিৰ ওপৰত নিৰ্মাণৰ বাবে ৯৫৮ কোটি টকা।তামুলপুৰ মেডিকেল কলেজলৈ ৪৫০ কোটি টকা।৫টা পথৰ বাবে ১,০৩১কোটি টকা আৱন্তন।মৰিয়নীৰ ১০৩ পৰিয়াললৈ ভূমিৰ পট্টা।শিলচৰ পৌৰ নিগমৰ অনুমোদন।যোৰহাট বিমান বন্দৰৰ সম্প্ৰসাৰণৰ ব্যৱস্হা গ্ৰহণ।ৰৰৈয়াত ভূমি অধিগ্ৰহণৰ বাবে ১৫৬৮কোটি টকাৰ আৱন্তন।