Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰত অতি জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত স্থান নিশ্চিত কৰিছে।অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈও অধিক।অৰ্মেক্স মিডিয়া নামৰ এক সংস্থাই সময়ে সময়ে কৰি থকা জৰীপত দেশৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ পৰা বিশ্বৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰি থাকে।শেহতীয়াকৈ প্ৰকাশ পোৱা জৰীপত দেশৰ তৃতীয় জনপ্ৰিয় মুখ্য়মন্ত্ৰী হিচাপে অসমৰ মুখ্য়মন্ত্ৰীজনে।মাত্ৰ এটা মাহতে ড০ হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয়তাৰ দৌৰত স্থান উন্নীত হৈছে।প্ৰথম স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন,দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ।