A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন।
আজি দেশজুৰি পালন জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২সংখ্যক জন্মদিন লগতে স্মৰণ মহামানৱজনৰ অহিংসা নীতিক।মহানগৰীৰ গান্ধী মণ্ডপতো গান্ধীজীলৈ শ্ৰদ্ধাঞ্জলি।জি এম ডি এৰ উদ্যোগত গান্ধী মণ্ডপত পালন কৰা গান্ধী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।চানমাৰিত চৰকাৰৰ দ্বাৰা গান্ধী জয়ন্তী উদযাপন ।