Skip to content

জাপানক পৰাস্ত কৰি এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ হকী দলৰ


এছিয়ান চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ পুৰুষ হকী দলে। দেওবাৰে ভাৰত আৰু জাপানৰ মাজত হোৱা খেলখনত ভাৰতে জাপানক ৬-০ ব্যাৱধানত পৰাস্ত কৰে।
ভাৰতৰ হৰমনপ্ৰীত সিঙে দুটা গ’ল দিয়ে, আনহাতে দিলপ্ৰীত সিঙ, জাৰমানপ্ৰীত সিং, সুমিত আৰু চামচেৰ সিঙে এটাকৈ গ’ল দিয়ে।

Back To Top