A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ এটা সপোন পূৰ হ’ল।
টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ এটা সপোন পূৰ হ’ল। মাক দেউতাকক বিমানত উঠোৱাৰ এটা সপোন পুহি ৰাখিছিল তেওঁ। শনিবাৰে ৰাতিপুৱা তেওঁ অভিভাৱকসকলক প্ৰথম বিমানেৰে যাত্ৰা কৰোৱায় তেওঁৰ সপোনটো পূৰ কৰে। চোপ্ৰাই টুইট কৰি কয় যে, “আজি মোৰ এটা সৰু সপোন সঁচা হ’ল কিয়নো মই মোৰ মা-দেউতাক প্ৰথম বিমানত লৈ যাবলৈ সক্ষম হৈছিলো। চোপ্ৰাই তেওঁৰ মাক দেউতাকক প্ৰথম বিমানত লৈ গৈছিল আৰু মাক দেউতাকক সুখী কৰি আনন্দ প্ৰকাশ কৰিছিল নীৰজ চোপ্ৰাই।