The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
দিনদুপৰতে গুৱাহাটীত ডকাইতি কাণ্ড।
মহানগৰীৰ বেলতলাত সংঘটিত ডকাইতি কাণ্ড।দিনদুপৰতে গুৱাহাটীত গাড়ীৰ গ্লাছ ভাঙি লুটি নিলে ৫ লাখ টকা।ৰিলায়েন্স ট্ৰেণ্ডছৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।পাৰিজাত শইকীয়া নামৰ এজন লোকৰ আছিল এই ধনখিনি।বেলতলাৰ এছবিআইৰ পৰা ধন লৈ ওলাই আহিছিল লোকজন।এতিয়ালৈকে ডকাইত কেইজন কোন বা কেইজন আছিল সেই বিষয়ে জানিব পৰা হোৱা নাই।মহানগৰীত আৰক্ষীয়ে তহল দি থকাৰ পাছতো এই ঘটনা সংঘটিত।