skip to Main Content

ৰাজ্যবাসীৰ বাবে সুখবৰ

  • Assam


ৰাজ্যবাসীৰ বাবে সুখবৰ। MMCH ৰ জেষ্ট নাৰ্ছ ৰজীলা ৰয়লৈ 2020 বৰ্ষৰ FLORENCE NIGHTINGALE বঁটা। নিজ কৰ্ম পাৰদৰ্শিতাৰ দেশৰ বাবে ৫১ গৰাকী নার্ছলৈ প্ৰদান কৰা হৈছে FLORENCE NIGHTINGALE বঁটা। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে Video Conference যোগে প্ৰদান কৰে এই বঁটা। অসমৰ পৰা এই বঁটা লাভ কৰে ৰ’জীলা ৰয়ে।

Back To Top