skip to Main Content

দিপাৱলী উপলক্ষে কামৰূপ মেট্ৰত স্থানীয় বন্ধৰ ঘোষণা।


দিপাৱলী উপলক্ষে কামৰূপ মেট্ৰত স্থানীয় বন্ধৰ ঘোষণা।৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰিছে উপায়ুক্তই।এই দিনটোত কামৰূপ মেট্ৰৰ সকলো শিক্ষানুষ্ঠানৰ লগতে অন্যান্য চৰকাৰী প্ৰতিষ্ঠান বন্ধ থাকিব।

Back To Top