At least nine people were killed and 33 injured after a bus carrying pilgrims fell…
দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাত্ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাত্ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত শৰ্মাই অৱগত কৰিলে প্ৰধানমন্ত্ৰীক।এক বিশেষ আলোচনাতো মিলিত হয় তেওঁলোক।অহা বছৰ এইমছৰ উন্মোচনী অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক আগতীয়াকৈ আমন্ত্ৰণ।ৰাজ্য চৰকাৰৰ কামৰো প্ৰতিবেদন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীক।